Surya Prakash Medhi & Amritprava Mahanta - Kiyo Bare Bare (feat. Amritprava Mahanta)

কিয় বাৰে বাৰে
মোৰ মনে ক'লে
তোমাৰ চকুলৈ চাওঁ
নেদেখা সাগৰৰ
নীলাখিনি যেন
তাতেই বিচাৰি পাওঁ
কিয় বাৰে বাৰে
মোৰ মনে ক'লে
তোমাৰ চকুলৈ চাওঁ
নেদেখা সাগৰৰ
নীলাখিনি যেন
তাতেই বিচাৰি পাওঁ
তুমিতো নাজানা
আজি কিয় মোৰ মন
উৰুঙা ফাগুন হ'ল
মোৰ বুকুতো
পলাশৰ ৰং
ৰঙা হৈ জ্বলিল
হৃদয়ৰ ভালপোৱাই
দহিছে অন্তৰ
কেনেকে সহো এই যাতনা
নি পা ৰে গা
সা পা ৰে
পা পা ৰে গা
সা পা ৰে
একোকে নক'বা
জোনৰ পোহৰে
সকলো ক'ব
তোমাৰ চকুতে
চকু থৈ ক'লো
মনৰ দুৱাৰ আজি
খুলি যাব
আকাশে মাতিব
হাত বাউলি
উজলি উঠিব জীৱনৰ বাসনা ।।

Written by:
Pranab Sarma

Publisher:
Lyrics © O/B/O DistroKid

Lyrics powered by Lyric Find

Surya Prakash Medhi & Amritprava Mahanta

View Profile